মুখ্যমন্ত্ৰীৰ ক্ষমতা জাহিৰৰ কৌশলহে মাত্ৰ চিন্তন বৈঠকঃ ভূপেন বৰা

চিন্তন বৈঠক অনুষ্ঠিত কৰি ক্ৰমান্বয়ে চৰ্চাত ৰাজ্য চৰকাৰ। কাজিৰঙাত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিছে চিন্তন বৈঠক। বৈঠকত নিয়ম ভংগৰ অভিযোগেৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ কটাক্ষ – “এয়া চিন্তন বৈঠক নহয় বিজেপিৰ প্ৰীতিভোজহে। চিন্তন বৈঠকৰ নামত প্ৰীতিভোজৰহে আয়োজন।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...