২৫ ছেপ্টেম্বৰত ভাৰত বন্ধৰ আহ্বান প্ৰতিবাদী কৃষক সংগঠনৰ

তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদৰ নেতৃত্ব দিয়া সংযুক্ত কিষাণ মৰ্চাই শুকুৰবাৰে ঘোষণা কৰে যে প্ৰতিবাদকাৰী কিষাণসকলে ২৫ ছেপ্টেম্বৰত দেশব্যাপী ভাৰত বন্ধ পালন কৰিব। ২০২০ চনৰ নৱেম্বৰ মাহত আৰম্ভ হোৱা চলিত কৃষক আন্দোলনক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাইছে মৰ্চাই। সংযুক্ত কিষাণ মৰ্চাৰ সদস্য আশীষ মিত্তালে দিল্লীৰ সিংহু সীমান্তত এখন সংবাদমেল সম্বোধন কৰি ঘোষণা কৰে যে “আমি ২৫ ছেপ্টেম্বৰত ‘ভাৰত বন্ধ’ৰ আহ্বান জনাইছো। আমাৰ আশা কৰ’না মহামাৰীৰ মাজত বিগত বৰ্ষৰ ২৫ ছেপ্টেম্বৰৰ বন্ধতকৈ এইবাৰৰ বন্ধটো অধিক জনমুখী হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়

ইংলেণ্ডৰ বিৰুদ্ধে ২য় T20তো ভাৰতৰ জয়। ২ উইকেটত জয়...

অসমৰ জয়নাচৰণ বাথাৰীলৈ পদ্মশ্ৰী সন্মান

অসম আৰু অসমীয়াৰ বাবে এক ভাল খবৰ। অসমৰ জয়নাচৰণ...

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু

ধিঙত অধ্যাপকৰ ঘৰত বনকৰা যুৱতীৰ ৰহস্যজনক মৃত্যু। ধিং মহাবিদ্যালয়ৰ...

কোনে প্ৰাণ ল’লে সপ্তম শ্ৰেণীৰ দিপালীৰ?

শনিবাৰে পুৱাৰ ভাগতে নাজিৰাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।...