‘সতী বেউলা উপাখ্যান মনসাৰ দৰ্পচূৰ্ণ’ ভাওনাই মুগ্ধ কৰিলে সকলোকে

ডিব্ৰুগড়ত গুৰু দুজনাৰ সৃষ্টিৰাজী প্ৰচাৰ আৰু প্ৰসাৰ আৰু চৰ্চাৰ প্ৰয়াস। স্থানীয় ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত ধৰ্মীয় উত্‍সাহ- উদ্দীপনাৰে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোত্‍সৱৰ লগত সংগতি ৰাখি ডিব্ৰুগড়স্থিত বৈৰাগীমঠ নতুন গাঁও নামঘৰত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়।

এই কাৰ্যসূচী অনুসৰি সন্ধিয়া ত্ৰিনয়ন নাট্যগোষ্ঠীৰ উদ্যোগত তথা বৈৰাগীমঠ নতুন গাঁৱৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় -সহযোগত বৈৰাগীমঠ নতুন গাঁও নামঘৰ প্ৰাংগনত ‘সতী বেউলা উপাখ্যান মনসাৰ দৰ্পচূৰ্ণ’ শীৰ্ষক ভাওনা প্ৰদৰ্শন হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...