জুলাইত ১৫ দিন বন্ধ হ’ব ভাৰতীয় বেংক সমূহ

গুৱাহাটী, ২৯ জুন, NKTV: ভাৰতৰ বেংকসমূহ জুলাই মাহত ১৫ দিনৰ বাবে বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে প্ৰকাশ কৰা বন্ধৰ তালিকা অনুসৰি, বিভিন্ন ৰাজ্যৰ বিভিন্ন উৎসৱৰ বাবে ৯ দিনৰ ছুটি থাকিব আৰু ৬ দিন সচৰাচৰ সপ্তাহান্তৰ বন্ধ থাকিব। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ বন্ধৰ কেলেণ্ডাৰ অনুসৰি, কিছুমান বেঙ্ক বন্ধ স্থানীয় বা আঞ্চলিক শাখাত সীমাবদ্ধ থাকিব। ২১ জুলাইত ঈদ-আল-আধা বা বকৰিদৰ বাবে মুখ্য বন্ধ থাকিব য’ত সকলো বেংক বন্ধ থাকিব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশনাত আৰু কোৱা হৈছে যে সমগ্ৰ দেশৰ ৰাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, বিদেশী বেংক, সমবায় বেংক আৰু আঞ্চলিক বেংককে ধৰি সকলো বেংক অধিসূচিত বন্ধত (Notified holiday) বন্ধ ৰাখিব লাগিব।

জুলাই মাহৰ বন্ধৰ তালিকা

4 July 2021 – Sunday
10 July 2021 – 2nd Saturday
11 July 2021 – Sunday
12 July 2021 – Monday – Kang (Rajasthan), Rath Yatra (Bhubaneswar, Imphal)
13 July 2021 – Tuesday – Bhanu Jayanti (Martyr’s Day- Jammu & Kashmir, Bhanu Jayanti- Sikkim)
14 July 2021 – Drukpa Tshechi (Gangtok)
16 July 2021- Thursday – Harela Puja (Dehradun)
17 July 2021 – Kharchi Puja (Agartala, Shillong)
18 July 2021 – Sunday
21 July 2021 – Tuesday – Eid al Adha (Across the country)
24 July 2021 – 4th Saturday
25 July 2021 – Sunday
31 July 2021- Saturday – Ker Puja (Agartala)

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ছেইফ আলী খানৰ ঘৰত কাম কৰা দাসীক জেৰা আৰক্ষীৰ…

মহানগৰীৰ অন্যতম অভিজাত অঞ্চল বান্দ্ৰাৰ ঘৰৰ ভিতৰত ছেইফ আলী...

ছেইফ আলী খানৰ ঘৰত আক্ৰমণকাৰীৰ ছবি পোহৰলৈ

এইদৰে অভিনেতাজনক আক্ৰমণ কৰিবলৈ সোমাই আহিছিল ঘৰলৈমাজনিশা ছেইফ আলী...

মহাকাশ গৱেষণাত ভাৰতৰ বৃহৎ সাফল্য

মহাকাশতে ইছৰ’ই সংযুক্ত কৰিলে দুটা উপগ্রহ SDX01 আৰু SDX02 এই...

৩খন বিশ্ববিদ্যালয়ত নামভৰ্তিত নিষেধাজ্ঞা, কিন্তু কিয়?

বিশ্ববিদ্যালয় অনুদান আয়োগে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। ৰাজস্থানৰ ৩খন...