পুনৰ বহিঃৰাজ্যত মৃত্যু অসমীয়াৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু হৈছে অসমীয়াৰ। কৰ্ণাটকৰ পৰা উভতি অহা ৰে’লত উদ্ধাৰ হয় বিশেষভাৱে সক্ষম বাবৰ আলী নামৰ লোকজনৰ মৃতদেহ। মৃত বাবৰ আলীৰ ঘৰ ৰৌতাৰ ইকৰাবাৰীত। বাবৰ আলীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ। চাৰিদিনে পশ্চিমবংগৰ ৰাজাহাট GRP আৰক্ষীৰ জিম্মাত আছে লোকজনৰ মৃতদেহ। ইফালে পৰিয়ালে ধনৰ অভাৱত ঘৰলৈ আনিব পৰা নাই মৃতদেহ। মৃতদেহ আনিবলৈ জিলা প্ৰশাসন, ৰাইজক সহায়ৰ আহ্বান দুৰ্ভগীয়া পৰিয়ালটোৰ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...