অসম

বানত বুৰিছে ব্ৰহ্মপুত্ৰ-বৰাক

ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বৰাকসংহাৰী ৰূপ লৈছে নৈ-উপনৈৰ জলাধাৰাইপ্ৰান্তে প্ৰান্তে ছিঙিছে মথাউৰি,ঠায়ে ঠায়ে খহিছে গঢ়াজন হানি, ধন হানি- জনতাৰ হাহাকাৰ পাৰাপাৰহীন পানীৰ এই দৃশ্য অসমৰ বিভিন্ন...

একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু

বৃহস্পতিবাৰৰ বিয়লি বৰপেটাৰোডৰ বালাভিটাত ঘটি গ’ল অনাকাংক্ষিত ঘটনা। একেলগে খেলি ধূলি ডাঙৰ হোৱা দুটি শিশুৰ কৰুণ মৃত্যু। সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ কাৰণ...

বিপদ নিশ্চিত সংগীতা দত্ত, ৱালিউল ইছলামৰ!

বিপদ নিশ্চিত সংগীতা দত্ত, ৱালিউল ইছলামৰ। POCSO আদালতত মঙলবাৰৰ পৰা আৰম্ভ ছাৰ্জফ্ৰেম। আদালতত ২ শিশুৰ জবানবন্দী লিপিবদ্ধ। শিশু নিৰ্বাচনৰ গোচৰত অভিযুক্ত হৈ সম্প্ৰতি কেন্দ্ৰীয়...

কয়লা ব্যৱসায়ীৰ ঘৰত উদ্ধাৰ হৈছে কোটিৰ ঘৰত কয়লাৰ টকা

পাটকাই পাহাৰৰ অবৈধ কয়লা খনিত ভূগৰ্ভস্থ হল তিনিজন শ্ৰমিক। এতিয়াও অভিযানকাৰী দলে উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিক তিনিজনৰ মৃতদেহ। কিন্তু এই কয়লাৰ বেহাৰে জড়িত...

যোৰহাট লোকসভা সমষ্টিত এইবাৰ কি হ’ব?

যোৰহাট লোকসভা সমষ্টিত এইবাৰ কি হ'ব? গৌৰৱ গগৈ জয়ী হ'ব নে বিজয়ৰ হাঁহি মাৰিব বিজেপিৰ তপন গগৈয়ে। সেই প্ৰশ্ন ৰাজ্যবাসীৰ মনত। কি তাৰ মাজতে...

Popular