অসম

কাব্যৰ পৃথিৱীত সুকীয়া সুৰ! আজি কাব্যঋষি নীলমণি ফুকনৰ জন্মদিন

'এতিয়া আৰু কোনো শব্দ নাই মাথোঁ নিৰৱতা...' নিৰৱতাৰ মাজতো যিগৰাকী কবিৰ শব্দই কথা কয়, অনুভৱৰ গভীৰতাত যিগৰাকী কবিৰ কবিতাই পাঠকক লৈ যায় অন্য এখন পৃথিৱীলৈ তেওঁয়েই...

‘ভাৰতৰ দুগ্ধমানৱ’ ভাৰ্গিছ কুৰিয়েনৰ আজি মৃ*ত্যু বাৰ্ষিকী; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্মৰণ কৰিলে ভাৰতৰ দুগ্ধমানৱক

আজি ভাৰতৰ কৃষি আৰু গ্ৰাম্য অৰ্থনীতিৰ ইতিহাসত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা ড° ভাৰ্গেছ কুৰিয়েনৰ মৃত্যু বাৰ্ষিকী। তেওঁ কেৱল এগৰাকী অভিযন্তা বা উদ্যোগপতিয়েই নাছিল, তেওঁ আছিল...

মানৱতাক লজ্জানত কৰা কাণ্ড! পৰুৱাৰ মাজত উদ্ধাৰ নৱজাতক

বকলীয়াঘাটত সংঘটিত হৈছে এক অমানৱীয় আৰু হৃদয়বিদাৰক ঘটনা। বকলীয়াঘাটৰ হাতীপুৰা অঞ্চলত মঙ্গলবাৰে কুঁহিয়াৰ বাৰীত পৰুৱাৰ মাজত উদ্ধাৰ এটি নৱজাতক। কোনো পাষাণ হৃদয়ৰ লোকে নৱজাত শিশুটিক...

ডাকঘৰত কিমান সুৰক্ষিত আপোনাৰ কষ্টোপাৰ্জিত ধন? জখলাবন্ধাৰ ডাকঘৰত মৃত মহিলাৰ একাউণ্টৰ পৰা ধন হৰলুকিৰ অভিযোগ

কলিয়াবৰৰ জখলাবন্ধা ডাকঘৰত এগৰাকী মৃত মহিলাৰ একাউণ্টৰ পৰা প্ৰায় ৯ লাখ টকা হৰলুকি হোৱাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। ডাকঘৰত সঞ্চয় কৰি ৰখা...

আজি হ’ব হাতীগাঁৱৰ ৰিয়া হ*ত্যাকাণ্ডৰ ক্ৰাইম ছিন ৰিক্ৰেয়ছন

হাতীগাঁৱৰ চাঞ্চল্যকৰ ৰিয়া হত্যাকাণ্ডৰ তদন্তত আজি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব হাতীগাঁও আৰক্ষীয়ে। আৰক্ষীৰ জিম্মাত থকা অভিযুক্ত ৰামানুজ গোস্বামীৰ উপস্থিতিত সংঘটিত হ’ব ক্ৰাইম ছিন ৰিক্ৰেয়ছন।হত্যাকাৰী...

Popular