অসম

গুৱাহাটীত ITF ছিনিয়ৰ আন্তর্জাতিক টেনিছ প্রতিযোগিতা

অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা অহা ১২ নৱেম্বৰলৈ গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ নিজস্ব টেনিছ প্ৰকল্পত অনুষ্ঠিত হ’ব আই টি এফ ছিনিয়ৰ...

চুখই-30 আৰু নগাঁৱৰ এখন পথাৰ; এতিয়াও পাহৰিব পৰা নাই সেই অভিশপ্ত দিনটো

২০১৫ চনৰ সেই অভিশপ্ত দিনটোৰ কথাটো এতিয়াও পাহৰিব পৰা নাই নগাঁও জিলাৰ জুৰীয়াৰ পূব কলাডুবাৰ ৰাইজে। এটা প্ৰকাণ্ড শব্দই জোকাৰিছিল পূব কলাডুৱা অঞ্চল। ভাৰতীয়...

‘১ জানুৱাৰীত ১০০ কোটি টকাৰ মদৰ সলনি গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’

'গুৱাহাটী মহানগৰীৰ মানুহে এটা ৰাতিত ১৫ কোটি টকাৰ মদ খাইছিল''নতুন বছৰ আদৰিবলৈ মানুহে ১০০ কোটি টকাৰ মদ খায়''মাতৃ গৰাকীয়ে হৈছে শ্ৰেষ্ঠ শিক্ষক; ঘৰখন পৃথিৱীৰ...

১৮ নৱেম্বৰৰ পৰা মাজুলীত শ্ৰীশ্ৰীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ

মাজুলীত ৰাস মহোৎসৱৰ ব্যাপক ব্যস্ততামাজুলীৰ ৫৪টা মঞ্চ, ২০খন সত্ৰত অনুষ্ঠিত হ’ব ৰাসৰাসৰ বাবে মুখা নিৰ্মাণত ব্যস্ত চামগুৰি সত্ৰৰ শিল্পী সমাগত...

উত্তৰ শালমাৰাৰ যুৱ ব্যৱসায়ীৰ মহানুভৱতাঃ অৰ্দ্ধশতাধিক পৰিয়ালক অন্ন, বস্ত্ৰ প্ৰদান

মানুহৰ কৰিবলৈ মন থাকিলে কৰিব নোৱাৰা কাম একো নাই। তাৰেই যেন জ্বলন্ত উদাহৰণ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা গাৰো দোকানৰ উদীয়মান যুৱ ব্যৱসায়ী সঞ্জয় ৰায়।...

Popular