Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Live TV
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
Home
Live TV
অসম
গুৱাহাটী
ৰাষ্ট্ৰীয়
আন্তঃৰাষ্ট্ৰীয়
Page 3
ৰাজনীতি
ক্ৰীড়া
English
অসম দৰ্শন
অসম
দৈনিক বাতৰি
ভাল টোপনিৰ বাবে আপুনি কিমান টকা খৰচ কৰিব পাৰে? ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ বিচাৰি জাপানৰ ৪০০ বছৰ পুৰণি বিপণীত বিশেষ গাৰু ক্ৰয় ভাৰতীয় মহিলাৰ
মুখ্য বাতৰি
১২ নৱেম্বৰত গুৱাহাটীত নাপাব তেল, ২৪ ঘণ্টীয়া বন্ধৰ প্ৰস্তাৱ পেট্ৰ’ল ডিলাৰ সন্থাৰ
মুখ্য বাতৰি
এতিয়াৰে পৰা ঘৰৰ পৰাই পঠিয়াব পাৰিব ৰে’লযোগে পাৰ্চেল, ৮খন মহানগৰত নতুন সেৱা আৰম্ভৰ প্ৰস্তুতি ভাৰতীয় ৰে’লৱেৰ
মুখ্য বাতৰি
পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি, পত্নীসহ একেটা পৰিয়ালৰ ৭জনক হত্যা কেব চালকৰ
কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনা
অসম
NKTV Digital
-
April 29, 2022
কাছাৰৰ কাশিপুৰৰ ১৪৭ নং CRPF কেম্পত চাঞ্চল্যকৰ ঘটনাচাৰ্ভিছ বন্দুকেৰে গুলীয়াই আত্মহত্যাৰ চেষ্টা CRPF জোৱানৰসৌভাগ্যক্ৰমে মূৰৰ পৰিবৰ্তে কান্ধতহে গুলী লাগিল জোৱানজনৰসংকটজনক অৱস্থাত জোৱানজনক AMCHলৈ প্ৰেৰণঘটনা...
বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰৰ ইহলীলা সম্বৰণ
অসম
NKTV Digital
-
April 27, 2022
আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী খেলুৱৈ অৰ্জুন জয়ন্ত তালুকদাৰৰ পিতৃ বিশিষ্ট সমাজ কৰ্মী তথা ক্ৰীড়ানুৰাগী ৰঞ্জন তালুকদাৰে আজি ইং ২৭-০৪-২০২২তাৰিখ বুধবাৰে ইহলীলা সম্বৰণ কৰে। বিশিষ্ট সমাজ কৰ্মী...
২৮ এপ্ৰিলত ডিব্ৰুগড় আৰু কাৰ্বি আংলঙত স্থানীয় বন্ধ ঘোষণা
মুখ্য বাতৰি
NKTV Digital
-
April 26, 2022
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বাবে ২৮ এপ্ৰিল তাৰিখে ডিব্ৰুগড় আৰু কাৰ্বি আংলঙ জিলা দুখনত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। সেইদিনা দুয়োখন জিলাতে...
জ্যেষ্ঠ ভাতৃক হত্যাৰ প্ৰতিশোধ লোৱাৰ প্ৰলোভন, লগতে ১ কোটি টকাৰ পুৰস্কাৰ! আলফা(স্বাঃ)ৰ কেম্পত বন্দী সঞ্জীৱ শৰ্মাৰ ভাষ্যৰ সবিশেষ
মুখ্য বাতৰি
NKTV Digital
-
April 26, 2022
মই শ্ৰী সঞ্জীৱ শৰ্মা, ঘৰ গুৱাহাটী বাইহাটা চাৰিআলি। মোৰ দাদা এজন আছিলে অপূৰ্ব কুমাৰ শৰ্মা। তেও পাৰা কামাণ্ডো ২ নম্বৰ ৰেংকত কৰ্মৰত আছিল। আজিৰে...
৫০ বছৰীয়া ঘৰৰ মালিকৰ কামনাৰ বলি ১১ বছৰীয়া কিশোৰী!
দৈনিক বাতৰি
NKTV Digital
-
April 26, 2022
মহানগৰীত চাঞ্চল্যকৰ ঘটনা। মালিগাঁৱৰ শকুন্তলা কলনীত ৫০ বছৰীয়াৰ কামনাৰ বলি এগৰাকী ১১ বছৰীয়া কিশোৰী। ঘৰৰ মালিক কৃষ্ণ দেৱ নাথে ১১ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ...
1
...
438
439
440
...
665
Page 439 of 665
Popular
ভাল টোপনিৰ বাবে আপুনি কিমান টকা খৰচ কৰিব পাৰে? ডিঙিৰ বিষৰ পৰা পৰিত্ৰাণ বিচাৰি জাপানৰ ৪০০ বছৰ পুৰণি বিপণীত বিশেষ গাৰু ক্ৰয় ভাৰতীয় মহিলাৰ
NKTV Digital
-
November 6, 2026