অসম

মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে; সৱিশেষ পঢ়ক…

অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণীকলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণৰ পৰামৰ্শনিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰকাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণীভাৰত-পাকিস্তান...

নতুন শিক্ষা নীতিয়ে আনিব আমূল পৰিৱৰ্তন; খালী পদ শীঘ্ৰে পূৰণৰ বাবে তৎপৰ শিক্ষা বিভাগ

ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতী সকললৈ ভাল খবৰ। ২৭ নৱেম্বৰত দিয়া হ’ব নতুন কলেজ শিক্ষকক নিযুক্তি। ২০২২ চনৰ পৰা মহাবিদ্যালয়ত নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। মহাবিদ্যালয়ত খালী হৈ...

শিক্ষিত নিবনুৱাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে ই-ৰিক্সা বিতৰণ আজমল ফাউণ্ডেছনৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকক ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে প্ৰায় ২০ লাখ টকা ব্যয়সাপেক্ষে মুঠ ১৭খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে ই-ৰিক্সাৰ...

অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচাৰে নেকি? জানি লওক এই খবৰ

নতুন নতুন ধাৰণাৰ সৈতে প্ৰত্যাহ্বানৰ মুখামুখি হৈ ছাত্ৰ-ছাত্ৰীসকল আগুৱাই যাব লাগিব : ড° বিদ্যুত চন্দন ডেকা

বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত অসমৰ আদিত্যৰাজৰ ৩টা স্বৰ্ণ পদক

কিৰগিজস্তানৰ বিশকেকত WPC (বিশ্ব পাৱাৰলিফটিং কংগ্ৰেছ)ৰ দ্বাৰা শেহতীয়াকৈ অনুষ্ঠিত বিশ্ব পাৱাৰলিফটিং প্ৰতিযোগিতাত শনিবাৰে অসমৰ আদিত্যৰাজ শৰ্মাই তিনিটা সোণৰ পদক লাভ কৰে। ২১ বছৰীয়া খেলুৱৈ...

Popular