অসম

প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ দেহাৱসান

গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ মৃত্যু। সোমবাৰে নিশা প্ৰায় ১১ মান বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল...

OLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধন!

মহানগৰীত অনলাইন প্ৰৱঞ্চকৰ ভয়ংকৰ জালOLXত ফাৰ্নিচাৰ ক্ৰয়ৰ নামত প্ৰৱঞ্চকে লুটিলে ধনৰুবী কটকী নামৰ চিকিৎসক গৰাকীৰ পৰা ধন লুট৭৭৩৫৭২৯৯৫০ নম্বৰৰ পৰা প্ৰৱঞ্চকে কৰিছিল ফোননীতিশ কুমাৰ...

মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যা

মহানগৰীত যুৱকৰ ৰহস্যজনক আত্মহত্যানয়ণপুৰৰ হাউছ নং ১২ত আত্মহত্যা যুৱকৰমৃত যুৱকজনৰ নাম বলেন ডেকাগণেশগুৰিৰ ডাৰ্জিলিং ষ্ট’ৰত কৰ্মৰত আছিল বলেন২৪ বছৰীয়া যুৱকজনৰ ঘৰ মঙলদৈতপ্ৰেমজনিত ঘটনাৰ বাবেই...

লাগিলে নোখোৱাকৈ থাকিম, কিন্তু ধাৰত থাকিব নিবিচাৰো…আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ দেৱাশিস ৰয়ৰ মৰ্মবেদনা শুনিব কোনে?

একালত তেওঁৰ খেল চাবলৈ খেলপথাৰত উবুৰি খাই পৰিছিল দৰ্শক। কলকাতাত ইষ্ট বেংগল, মোহন বাগানদলৰ সৈতে খেলাৰ আছে অভিজ্ঞতা।ভাৰতীয় ফুটবলৰ দলৰ সহ অধিনায়ক ৰূপেও খ্যাতি...

দৰিদ্ৰলৈ সহায়ৰ হাত, সকলোকে সুখ দিয়াৰ সংকল্পৰে আজমল ফাউণ্ডেছনে বিতৰণ কৰিলে খাদ্যসামগ্ৰী

পবিত্ৰ ঈদক লৈ ৰাজ্যজুৰি উখল-মাখল পৰিৱেশ। এমাহ ৰোজাৰ অন্তত ঈদৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ। সকলোকে সুখ দিয়াৰ সংকল্পৰে দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ আজমল ফাউণ্ডেছনৰ।...

Popular