প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ দেহাৱসান

গোলকগঞ্জৰ প্ৰাক্তন বিধায়ক ডালিম চন্দ্ৰ ৰায়ৰ মৃত্যু। সোমবাৰে নিশা প্ৰায় ১১ মান বজাত নিজ গৃহত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি বেমাৰত ভুগি আছিল প্ৰাক্তন বিধায়ক জন। ১৯৮৫ চনত অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে গোলকগঞ্জৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত সমষ্টিটোত শোকৰ ছাঁ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...

BRICS-এ গ্ৰহণ কৰিলে ‘নতুন দিল্লী ঘোষণা ২০২৬’

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনত শনিবাৰে সৰ্বসন্মতিক্ৰমে গ্ৰহণ...