অসম

অসমৰ বিনীতা চেত্ৰীৰ ঐতিহাসিক সাফল্য; ব্ৰিটেইন’ছ গট টেলেণ্টৰ ফাইনেলত প্ৰৱেশ

অসমৰ প্ৰতিশ্ৰুতিসম্পন্ন নৃত্যশিল্পী বিনীতা চেত্ৰীয়ে ব্ৰিটেইন’ছ গট টেলেণ্টৰ ছেমি-ফাইনেলত মন জয় কৰা প্ৰদৰ্শনৰ জৰিয়তে ফাইনেলৰ বাবে স্থান নিশ্চিত কৰিছে। বিনীতাই তেওঁৰ অনবদ্য প্ৰদৰ্শনৰ দ্বাৰা বিচাৰক...

ৰাজ্যৰ ১৯ কৃষকক ‘অংকুৰিত অসম কৃষি বঁটা ২০২৫’ প্ৰদান

বিগত বৰ্ষৰ দৰে এইবেলিও অংকুৰিত অসমে কৃষকক উৎসাহিত কৰিবলৈ আজি খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে 'অংকুৰিত অসম কৃষি বঁটা ২০২৫'। ছয়টা...

ভাৰত-ভূটান সীমান্ত এলেকাত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে তৎপৰতাৰে পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ

জনতা ভৱনত স্বাস্থ্য বিভাগৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি জনতা ভৱনত অনুষ্ঠিত এক বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাম-কাজৰ পৰ্যালোচনা...

উত্তৰ-পূব ভাৰত সন্দৰ্ভত পুনৰ মন্তব্য মুহাম্মদ ইউনুছৰ

উত্তৰ-পূব ভাৰতক টানি আকৌ এবাৰ মন্তব্য কৰিছে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনুছে। তেওঁৰ মতে, বাংলাদেশ, নেপাল, ভূটান আৰু ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক...

১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰবাবে নৰ্থ ইষ্ট ৰাইজিং কাপ ঘোষণা অসম ক্ৰিকেট সন্থাৰ

দেশৰ উত্তৰ-পূব অঞ্চলত তৃণমূল পৰ্যায়ৰ মহিলা ক্ৰিকেটৰ প্ৰসাৰ আৰু উত্তৰণৰ বাবে অসম ক্ৰিকেট সন্থাই ১৫ বছৰ অনুৰ্ধৰ ছোৱালীৰ বাবে নৰ্থ ইষ্ট ৰাইজিং কাপ নামেৰে...

Popular