অসম

মহানগৰী গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ২ চিলনী চোৰ

গুৱাহাটী মহানগৰীত আৰক্ষীৰ গুলীত আহত হৈছে দুই অভিযুক্ত চিলনী চোৰ। কাহিলিপাৰাত এগৰাকী মহিলাৰ পৰা বেগ কাঢ়ি নিয়াৰ চেষ্টা কৰিছিল কেইদিনমান পূৰ্বে। প্ৰাপ্ত তথ্য অনুসৰি, দুই...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ বাবে উপস্থিত হয় পৰিচালক ৰাজেশ ভূঞা। অৱশ্যে আজি তেওঁৰ সাক্ষ্যদান সম্পূৰ্ণ নহ’ল। কাইলৈ পুনৰ আদালতত...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মহানগৰ আৰক্ষীয়ে। মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে সদৰী...

আৰক্ষীক ঠেলা মাৰি হেণ্ডকাফ খুলি পলাল বাক্কা! দুদিনেও সন্ধান উলিয়াব পৰা নাই বটদ্ৰৱা আৰক্ষীয়ে

হাতে-লোটে আটক কৰি আৰক্ষীক চমজাই দিছিল ৰাইজে, তদন্তৰ বাবে নিয়াৰ সময়তে পলায়ন চুৰিৰ গোচৰত অভিযুক্ত বাক্কা। বটদ্ৰৱাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিলে চুৰিৰ গোচৰত অভিযুক্ত...

ইতিহাস গঢ়িলে শুভমন গিলে, পঞ্চমবাৰৰ বাবে লাভ কৰিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

ভাৰতীয় ক্ৰিকেট দলৰ এদিনীয়া আৰু টেষ্ট অধিনায়ক শুভমন গিলে ICCৰ মাহটোৰ শ্ৰেষ্ঠ পুৰুষ খেলুৱৈৰ সন্মান লাভ কৰি ইতিহাস গঢ়িছে। পঞ্চমবাৰৰ বাবে এই বঁটা লাভ...

Popular