অসম

মহানগৰীৰ ক’ত জব্দ হ’ল কোটি টকাৰ সোণৰ বিস্কুট?

মহানগৰীৰ ISBTৰ সমীপত জব্দ কোটি টকাৰ সোণৰ বিস্কুটগ্ৰেপ্তাৰ যুৱৰাজ অধিকাৰী নামৰ এটা সৰবৰাহকাৰীধৃত যুৱৰাজৰ ঘৰ দাৰ্জিলিঙতবাছযোগে শিলিগুৰিলৈ সৰবৰাহৰ চেষ্টা কৰিছিলশিলিগুৰিৰ পৰা নেপাললৈ নিয়াৰ চেষ্টা...

বেংকত ঋণ দিয়াৰ নামত ধন আত্মসাৎ, দালাল ইমৰান আলীৰ বিৰুদ্ধে গোচৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ বিৰূদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো একাংশ দালালক নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ চৰকাৰ তথা প্ৰশাসন। বেংকৰ ঋণ দিয়াৰ নামত বিভিন্ন ব্যক্তিৰ...

শোৱাপাটীত উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহ!

মহানগৰীৰ ভঙাগড় থানাত চাঞ্চল্যকৰ ঘটনাশোৱাপাটীতে উদ্ধাৰ যান-বাহন আৰক্ষীৰ মৃতদেহযান-বাহন আৰক্ষীজন বিপ্লৱ সিনহাবৃহস্পতিবাৰে কৰ্তব্য সম্পন্ন কৰি শুই পৰিছিল বিপ্লৱশুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হয় বিপ্লৱকএটি...

কোকৰাঝাৰৰ ঘন জংঘলৰ মাজত মৃতদেহ উদ্ধাৰ!

কোকৰাঝাৰৰ মাগুৰমাৰী বন বিট কাৰ্যালয়ৰ অন্তৰ্গত ঘন জংঘলৰ মাজত শিক্ষকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ বৰ্তমানেও অব্যাহত আছে চাঞ্চল্য। মৃত শিক্ষকজন বেৰলাও বেথাও ব্ৰহ্ম...

ক’ভিডমুক্ত হ’ল অসম, ১০ মাৰ্চত এজনো আক্ৰান্ত হোৱা নাই ক’ভিডত

ক'ভিডমুক্ত হ'ল অসম, আজি এজনো আক্ৰান্ত হোৱা নাই ক'ভিডত। মাজুলী আৰু দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা এজনো লোক আক্ৰান্ত হোৱা নাই ক'ভিড...

Popular