অসম

IITৰ প্ৰৱেশিকা পৰীক্ষাত অসমৰ ছাত্ৰৰ সাফল্য, পদাৰ্থ বিজ্ঞানত দেশৰ ভিতৰতেই ৯৬সংখ্যক স্থান দখল স্বপনৰ

পুনৰবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষাত উজলি উঠিল অসম সন্তান ৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ IITৰ প্ৰৱেশিকা (JAM) পৰীক্ষাত ডুমডুমাৰ ৰূপাই চাইডিঙৰ স্বপন লিম্বুৱে সফলতা লাভ...

২৪ মাৰ্চৰ পৰা বৰদলৈ ট্ৰফী, অসমৰ এইকেইখন ঠাইত হ’ব খেল…

২৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী। ১৬টা দলে অংশগ্ৰহণ কৰিব এইবাৰৰ বৰদলৈ ট্ৰফীত। গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। গুৱাহাটী টাউন ক্লাব...

আজি বিশ্ব সুখী দিৱস, সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰত। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন।...

আৰু অলপ আৰু অলপ…ফুৱাই দিয়া! ৰাজ্যজুৰি হোলীৰ সময়ত চলিল আৰক্ষীৰ অভিযান

ভিন্নৰঙী আবিৰৰ ৰং, হোলী গীতৰ মূৰ্ছনাৰে ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ। আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে ৰাজ্যৰ আকাশ-বতাহ। সত্ৰনগৰী বৰপেটা, মাজুলী, বটদ্ৰৱাই নহয়, আন আন...

দাৰে ঘপিয়াই ঘূণীয়া কৰিলে মাক আৰু ভনীয়েকক, তীব্ৰ চাঞ্চল্য

ৰাজ্যজুৰি ফাকুৱাৰ উদযাপনৰ সময়তে কেইবাটাও বিক্ষিপ্ত ঘটনাৰ সূত্ৰপাত ঘটিছে। ডিগবৈত এজন লোকৰ আক্ৰমণত আহত হৈছে ভগ্নী আৰু মাতৃ। দাৰ ঘাপত গুৰুতৰভাবে আহত কনিষ্ঠ ভগ্নী...

Popular