২৪ মাৰ্চৰ পৰা বৰদলৈ ট্ৰফী, অসমৰ এইকেইখন ঠাইত হ’ব খেল…

২৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী। ১৬টা দলে অংশগ্ৰহণ কৰিব এইবাৰৰ বৰদলৈ ট্ৰফীত। গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান। গুৱাহাটী টাউন ক্লাব আৰু ITBP ৰ মাজত অনুষ্ঠিত হ’ব উদ্বোধনী খেলখন।

গুৱাহাটীৰ উপৰিও বাইহাটা, ছিপাঝাৰ, চিৰাঙত অনুষ্ঠিত হ’ব বৰদলৈ ট্ৰফী। ফাইনেল খেলখন অনুষ্ঠিত হ’ব জজ খেলপথাৰত। নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মাত্ৰ এখন খেল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জাপানত আৰম্ভ এছিয়ান পেৰা গেমছ ২০২৬; ১৬৮গৰাকী খেলুৱৈৰে পদকৰ যুঁজত নামিব ভাৰত

জাপানৰ আইচি-নাগোয়াত আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব এছিয়ান পেৰা গেমছ...

কলকাতাত দুৰ্গা পূজাৰ আনন্দৰ মাজতে কৰুণ ঘটনা; পদপিষ্ট হৈ ১৮জনৰ মৃত্যু, আহত ৩৫জন

কলকাতাৰ দুৰ্গা পূজাৰ আনন্দৰ মাজতে সংঘটিত হ’ল এক শোকাৱহ...

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...