অসম

আলফা স্বাধীনৰ দুই লিংকমেন আৰক্ষীৰ জালত

আলফা স্বাধীনত যোগদানৰ ঢৌ উঠাৰ সময়তে সোণাৰিত দুজনকৈ আলফা স্বাধীনৰ সক্ৰিয় লিংকমেন আটক কৰে আৰক্ষীয়ে। আটকাধীন যুৱকদ্বয় সাপেখাতিৰ ধুনীয়া পথাৰৰ দেৱজিৎ ভূঞা আৰু ১...

পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ!

তিতাবৰ-গোলাঘাট সংযোগী ধোদৰ আলি পথত দুৰ্ঘটনা। পথৰ দাঁতিত থকা বিদ্যুত পৰিবাহী তাঁৰৰ খুটাত খুন্দা এখন পালচাৰ বাইকৰ। দুৰ্ঘটনাত গুৰুতৰভাবে আহত দুই বাইক আৰোহী। বাইক...

ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলী!

ড্ৰাগছ সৰবৰাহকাৰীৰ গাড়ীলৈ আৰক্ষীৰ গুলীকৰিমগঞ্জৰ টোল গে’টৰ সম্মুখত গুলীচালনা আৰক্ষীৰড্ৰাগছ লৈ যোৱা বাহনলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীড্ৰাগছ সৰবৰাহকাৰীৰ এখন গাড়ী জব্দ কৰে আৰক্ষীয়েগাড়ীখনৰ পৰা...

ফেব্ৰুৱাৰীত ৪ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ

২০২১-২২ পৰ্যটন বৰ্ষৰ পঞ্চমটো মাহত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে লাভ কৰিলে ৪ কোটি ৪৬ লাখ,৭৫ হাজাৰ ৬৬০ টকাৰ ৰাজহ। ফেব্ৰুৱাৰী মাহত উদ্যান দৰ্শন কৰিবলৈ অহা...

জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আহিব বৰপেটা সত্ৰৰ দৌল মহোৎসৱলৈ

বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত ৷ বৰপেটা সত্ৰত অনুষ্ঠিত বিখ্যাত দৌল মহোৎসৱ দৰ্শন কৰিবলৈ বৰপেটা সত্ৰলৈ আহিব জৰ্জিয়াৰ ৰাষ্ট্ৰদূত আৰ্ছিল জুলিয়াছভিলি৷ বৰপেটাৰ জিলা উপায়ুক্তই...

Popular