অসম

স্কুল বাছৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ

সন্তানক অভিভাৱকে নিজৰ পৰিৱৰ্তে এক ভৰসাত বিদ্যালয়লৈ যাতায়াতৰ ব্যৱস্থা কৰে স্কুল বাছৰ জৰিয়তে। এই স্কুল বাছসমূহৰ ক্ষেত্ৰত দিয়া যায় বহুকেইটা বিধি, নীতি–নিয়ম। কিন্তু এই...

অৱশেষত বাতিল কটন বিশ্ববিদ্যালয়ৰ ভূমি বনিয়াক হস্তান্তৰৰ সিদ্ধান্ত

অৱশেষত বাতিল কটন বিশ্ববিদ্যালয়ৰ ভূমি বনিয়াক হস্তান্তৰৰ সিদ্ধান্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পূৰ্বৰ জাননী প্ৰত্যাহাৰ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ। আৰ্থিক সংকট দূৰ কৰাৰ নামত কটনৰ ভূমি হস্তান্তৰৰ...

কাজিৰঙাৰ পাছতে পৰ্যটকৰ মাজত আকৰ্ষণ বৃদ্ধি হৈছে মানসক লৈ

ৰাষ্ট্রীয় উদ্যানখনত এতিয়া প্ৰকৃতিয়ে ছটিয়াই দিছে আবিৰ এজাৰ-কৃষ্ণচূড়া-ৰাধাচূড়াৰ ৰঙত বিধৌত মানস ৰাষ্ট্ৰীয় উদ্যান ভিন্নৰঙী ফুলেৰে জাতিষ্কাৰ হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ চৌপাশ কাজিৰঙাৰ পাছতে ৰাজ্যৰ দ্বিতীয়খন পুৰণি ৰাষ্ট্ৰীয়...

ঘৰত খেলাৰ চাপ নাই, উইকেট মোৰ চিনাকি: ৰিয়ান

‘যোৱা তিনিখন মেচৰ পৰাজয় এক বাস্তৱ সত্য যদিও আমি ইতিমধ্যে মনৰ পৰা সেয়া আঁতৰি পেলাইছো৷ আমি গুৱাহাটীলৈ আহিছো ইতিবাচক মানসিকতাৰে৷ আমাৰ লক্ষ্য কাইলৈৰ মেচত...

দোকানে দোকানে পৃথক দাম ব্ৰইলাৰৰ

গুৱাহাটী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত যদি আপুনি ব্ৰইলাৰৰ মাংস কিনে তেন্তে দোকানে দোকানে ঘটে দামৰ তাৰতম্য। বাতৰিৰ খাতিৰত আমি অনুসন্ধান কৰোঁতে পাইকাৰী ব্যৱসায়ীসকলে কয়...

Popular