অসম

সাৱধান! তান্ত্ৰিকৰ বেশ লৈ ধৰ্ষণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই

মহিলাসকল সাৱধান! ঘৰত অকলে থকাৰ সুযোগ লৈ অসৎ চৰিতাৰ্থ পূৰণৰ চেষ্টা চলাব পাৰে ভণ্ড বাবাই। মহানগৰীৰ পাণ্ডু কামাখ্যা কলনীত চাঞ্চল্যকৰ ঘটনা। ঘৰত কোনো নথকাৰ...

হয় ময়েই চুৰি কৰিছিলো…চোৰে নিজ মুখে কৈ গ’ল চুৰিকাণ্ডৰ কথা, ৰাইজৰ ৰোষত গভাইত চোৰ!

চোৰে নিজ মুখে কৈ গ'ল চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা৷ ৰঙালীৰ আনন্দ-উত্সাহৰ সুযোগ লৈছে চোৰে। এইবাৰ গৰৈমাৰীৰ জোৰশিমুলীত ৰাইজে খেদি খেদি কৰায়ত্ত কৰিলে দুটাকৈ চাইকেল চোৰক।...

কলেজত চোৰৰ লুটপাত, অধ্যক্ষৰ কোঠাৰ পৰা নোহোৱা হ’ল ১০ লক্ষ টকাৰ সামগ্ৰী

ৰাজ্যত পুনৰ চুৰিকাণ্ড। এইবাৰ উচ্চ শিক্ষানুষ্ঠানত চোৰৰ টিঘিলঘিলনি। হাটশিঙিমাৰী মহাবিদ্যালয়ত চোৰৰ চাফাই অভিযান। নিশা অধ্যক্ষৰ কোঠাৰ পৰা চোৰে লুটিলে দুটা কম্পিউটাৰ, ইনভাৰ্টাৰসহ প্ৰায় ১০...

আফজাল হকৰ বাসগৃহত অগ্নিকাণ্ড, নিমিষতে ছাই হ’ল সপোনৰ ঘৰখন

বকোৰ সোণতলী জাওঁকাটাদিয়াত ভয়ংকৰ অগ্নিকাণ্ড। জাওঁকাটাদিয়া গাঁৱৰ আফজাল হকৰ বাসগৃহত অগ্নিকাণ্ডৰ সূত্ৰপাত। জুইত দুটা বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। বহু লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত অগ্নিকাণ্ডত।

পাৰ হৈ গ’ল ধুমুহা এজাক…কালধুমুহাই তচনচ কৰিলে ৩খন গাঁও!

ৰাজ্যত পুনৰ বিধ্বংসী ধুমুহা। কালধুমুহাত তচনচ সত্ৰদ্বীপ মাজুলীৰ ৩খনকৈ গাঁও। মাজুলীৰ যোৰবিল কাঠনিআঁতিত প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে শতাধিক বাসগৃহ। ঘৰ-দুৱাৰ, বিদ্যালয় গৃহ ভাঙি চূৰমাৰ।...

Popular