অসম

কাইলৈ গুৱাহাটীৰ কেইবাটাও পথত যান-বাহনৰ চলাচল বন্ধ

যান বাহন আৰক্ষী উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেলবৃহস্পতিবাৰে গুৱাহাটীলৈ আহিব দেশৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰবৃহস্পতিবাৰে লোকমন্থনত অংশগ্ৰহন কৰিব উপ ৰাষ্ট্ৰপতিয়েবৃহস্পতিবাৰে গুৱাহাটীৰ কেইবাটাও পথত গাড়ী চলাচলত নিৰ্দেশনাৰাষ্ট্ৰীয়...

দিল্লীত সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিল গগৈয়ে

দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰমুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেই‍বাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলেসাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ প্ৰস্তাৱিত সমবায় বিশ্ববিদ্যালয়থাওৰা-শিৱসাগৰৰ মাজত স্থাপন হ’ব মেডিকেল...

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে কোনে পাব চৰকাৰী চাকৰি?

নিযুক্তি পাব লগা তালিকাত আছেনে আপোনাৰ নাম? শুকুৰবাৰে কোনে কোনে পাব চৰকাৰী চাকৰি? খানাপাৰালৈ অহাৰ পূৰ্বে চাই লওক আপোনাৰ নাম। নিযুক্তি লাভ কৰিবলগা প্ৰাৰ্থীৰ...

ইতিহাস ৰচিলে অসম সন্তান এলভিচ আলী হাজৰিকাই!

অসমলৈ পুনৰ গৌৰৱ কঢ়িয়ালে এলভিচ আলী হাজৰিকাই। অৱশেষত নৰ্থ চেনেল সাঁতুৰি পাৰ হ’ল এলভিচ। ১৪ ঘণ্টা ৩৮ মিনিটত নৰ্থ চেনেল পাৰ হয় এলভিচে। নৰ্থ...

বিশ্বৰ সৰ্বোচ্চ গিৰিপথ উম-লিং-লালৈ ‘এক্সপ্ল’ৰাৰ্ছ’ৰ সফল বাইক অভিযান

বর্তমান বিশ্বৰ সর্বোচ্চ গাড়ী যাব পৰা পথ ১৮,৩৭৯ ফুট উচ্চতাৰ খাৰ-ডুং-লা নহয়। ২০২১ চনৰ ২৯ ডিচেম্বৰৰ দিনা দেশৰ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে লাডাখ-হিমালয়ত উদ্বোধন...

Popular