অসম

পানী খাবলৈ উঠি যোৱা ল’ৰাজনক লৈ দুৰ্নীতি কৰিব নালাগে : মুখ্যমন্ত্ৰী

পানী খাবলৈ উঠি যোৱা ল'ৰাজনক লৈ দুৰ্নীতি কৰিব নালাগে। দুৰ্নীতি কৰিবলৈ বহুত ৰাস্তা থাকে : মুখ্যমন্ত্ৰী https://www.youtube.com/watch?v=KQD91CEUTTI

অহা বাৰ ২০ ঘণ্টা ইণ্টাৰনেট বন্ধ কৰিম: মুখ্যমন্ত্ৰী

'ইণ্টাৰনেট দুঘণ্টাৰ বাবে বন্ধ হ'লে অসমৰ সমাজখন নোহোৱা হৈ যাব নেকি?' 'অসমলৈ ভূমিকম্প আহিব নেকি?' https://www.youtube.com/watch?v=c4NjIY1RL-Q

অটো চালকৰ ঘৰত কিৰেন ৰিজিজুৱে তৃপ্তিৰে খালে অসমীয়া এসাঁজ

জখলাবন্ধা ঢেকীয়াল গাঁৱৰ অটো চালক ৰাজকুমাৰ হাজৰিকাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে। হাজৰিকাৰ ঘৰত ৰহৰ দালি, কচু, কলডিল, মাছ, মুৰ্গী...

প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী আছুৰ

প্ৰসংগঃ অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধিস্মাৰ্ট মিটাৰ যোগান ধৰা কোম্পানীক শ্ব’কজ APDCLৰআছুৰ প্ৰতিনিধি দলক এই কথা জনালে APDCL কৰ্তৃপক্ষইপ্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত...

হিমালয়ো যদি আগত ঠিয় হয় ১ লাখ নিবনুৱাক চাকৰি দিমেই : হিমন্ত বিশ্ব

আজিৰ দিনটো ৰাজ্যৰ ইতিহাসত আন এক প্ৰাপ্তি আৰু আনন্দৰ দিন। ৰাজ্যৰ ১ লাখ যুৱক-যুৱতীক চৰকাৰী কৰ্মসংস্থাপন প্ৰদানৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি খানাপাৰাত ৰাজ্যৰ...

Popular