প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী আছুৰ

0 66

প্ৰসংগঃ অত্যধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি
স্মাৰ্ট মিটাৰ যোগান ধৰা কোম্পানীক শ্ব’কজ APDCLৰ
আছুৰ প্ৰতিনিধি দলক এই কথা জনালে APDCL কৰ্তৃপক্ষই
প্ৰতি ইউনিটত ৩০ পইচা বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী আছুৰ
স্মাৰ্ট মিটাৰ যোগানকাৰী কোম্পানীক APDCLএ দিছে শ্ব’কজ
জুলাইত ৭০৫ কোটি আৰু আগষ্টত APDCLৰ ব্যয় হৈছে ৭৭০ কোটি টকা
৬৫ কোটি টকাৰ ঘাটি বাজেট জোৰা মাৰিবলৈ বৃদ্ধি কৰা হৈছে অতিৰিক্ত ৩০ পইচাকৈ
খেলিমেলি হোৱা বিলৰ অতিৰিক্ত টকা ঘূৰাই দিয়ক গ্ৰাহকক
মাচুল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে আন্দোলন কৰিব আছুৱে

Leave A Reply

Your email address will not be published.