অসম

ৰনোজ পেগুৰ ডাঙৰ ঘোষণা

সৰ্বশিক্ষা বুলিয়েই পাছ নকৰে, পঞ্চম-অষ্টম শ্ৰেণীত ফেইল কৰিব শিক্ষাৰ্থীশিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ডাঙৰ ঘোষণা https://youtu.be/B71fpUA7p40

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

আজি গুৱাহাটী পাবহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাবিয়লি ৪.১৫ বজাত গুৱাহাটীত অৱতৰণ কৰিব নাড্ডাইবিমান বন্দৰৰ পৰা পোনে পোনে যাব কইনাধৰাৰ অতিথিশালালৈনিশা ৯ বজাত...

তেজস্বিতাৰ মৃত্যুৱে উদঙালে স্বাস্থ্যৰ পয়ালগা অৱস্থা

স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবদ বছৰি হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি অহাৰ পিছতো আজিও ৰাইজক ন্যূনতম চিকিৎসা সেৱা প্ৰদান কৰিবলৈ সক্ষম নহ’ল স্বাস্থ্য বিভাগ।...

৪টাকৈ কফ চিৰাপ ৰপ্তানি কৰা হৈছিল গেম্বিয়ালৈ

ভাৰতীয় কোম্পানীৰ কফ চিৰাপ সেৱন কৰি আফ্ৰিকাৰ গেম্বিয়াত ৬৬ শিশুৱে মৃত্যুক সাৱটি লোৱা ঘটনাক লৈ বিশ্বজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। হাৰিয়ানাস্থিত এটা ঔধষ কোম্পানীয়ে...

সলনি হ’ব গড়মূৰ জিলা চিকিৎসালয়ৰ চেহেৰা

তেজস্বিতাৰ মৃত্যুৰ তদন্ত ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ। এমাহৰ ভিতৰত নতুন ৰূপ পাব গড়মূৰ জিলা হাস্পতালে। প্ৰথম অৱস্থাত মেডিকেল কলেজৰ অভিজ্ঞ চিকিৎসকৰ সহায় লোৱা হ'ব। কি...

Popular