অসম

২৬ হাজাৰ পদৰ এজনেও অনিয়ম কৰি চাকৰি পালে চৰকাৰ এৰি দিম : মুখ্যমন্ত্ৰী

নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ দিশে চৰকাৰৰ আৰু এটা খোজখানাপাৰাত চৰকাৰৰ বিশাল নিয়োগ মেলাএকেদিনাই ১১,২৩৬ জনক নিযুক্তি পত্ৰ বিতৰণ২৪টা বিভাগৰ ১১,২৩৬ প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ‘এটা বছৰে...

প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত হৈছিল নিযুক্তি কেলেংকাৰি

নিয়ম বৰ্হিভূতভাৱে নিযুক্তি দিয়া হৈছিল অসম গণ পৰিষদৰ শাসনকালতশিক্ষক নিযুক্তিত হৈছিল চূড়ান্ত অনিয়ম১৯৯৮ চনৰ কথা...ৰাজ্যত তেতিয়া অসম গণ পৰিষদৰ চৰকাৰচৰকাৰে লৈছিল ৪০ হাজাৰ নিযুক্তিৰ...

প্ৰথম দৰমহাৰে কি কৰিব আজি চাকৰি পোৱা সকলে; ক’লে মুখ্যমন্ত্ৰীয়ে

চাকৰি পোৱা প্ৰথম দৰমহা মা-দেউতাক, দ্বিতীয় মাহত নামঘৰ-উপাসনাগৃহত, তৃতীয় মাহত নিজে পঢ়া বিদ্যালয়লৈ উপহাৰ আগবঢ়াব : মুখ্যমন্ত্ৰী https://www.youtube.com/watch?v=v4y_kbQYF94

পানী খাবলৈ উঠি যোৱা ল’ৰাজনক লৈ দুৰ্নীতি কৰিব নালাগে : মুখ্যমন্ত্ৰী

পানী খাবলৈ উঠি যোৱা ল'ৰাজনক লৈ দুৰ্নীতি কৰিব নালাগে। দুৰ্নীতি কৰিবলৈ বহুত ৰাস্তা থাকে : মুখ্যমন্ত্ৰী https://www.youtube.com/watch?v=KQD91CEUTTI

অহা বাৰ ২০ ঘণ্টা ইণ্টাৰনেট বন্ধ কৰিম: মুখ্যমন্ত্ৰী

'ইণ্টাৰনেট দুঘণ্টাৰ বাবে বন্ধ হ'লে অসমৰ সমাজখন নোহোৱা হৈ যাব নেকি?' 'অসমলৈ ভূমিকম্প আহিব নেকি?' https://www.youtube.com/watch?v=c4NjIY1RL-Q

Popular