প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত হৈছিল নিযুক্তি কেলেংকাৰি

নিয়ম বৰ্হিভূতভাৱে নিযুক্তি দিয়া হৈছিল অসম গণ পৰিষদৰ শাসনকালত
শিক্ষক নিযুক্তিত হৈছিল চূড়ান্ত অনিয়ম
১৯৯৮ চনৰ কথা…ৰাজ্যত তেতিয়া অসম গণ পৰিষদৰ চৰকাৰ
চৰকাৰে লৈছিল ৪০ হাজাৰ নিযুক্তিৰ লক্ষ্য
আৰম্ভ কৰিলে নিযুক্তি প্ৰক্ৰিয়া
কোনো পৰীক্ষা বা সাক্ষাৎকাৰ পাতি নহয়
সম্পূৰ্ণ ৰাজনৈতিক হস্তক্ষেপত হৈছিল এই নিযুক্তি
ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোকেহে লাভ কৰিছিল চাকৰি
হিমন্ত বিশ্ব শৰ্মাই দিছিল ৩০ জনীয়া তালিকা
তদানীন্তন শিক্ষামন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক দিছিল চাকৰিৰ প্ৰস্তাৱ
জালুকবাৰী সমষ্টিৰ পৰা বিচাৰিছিল ৩০ জনীয়া তালিকা
প্ৰস্তাৱ অনুসৰিয়েই ৩০ জনীয়া তালিকা জমা দিছিল হিমন্ত বিশ্ব শৰ্মাই
নীতিবৰ্হিভূতভাৱে চাকৰি লাভ কৰিছিল সেইসকলে
তেওঁলোকে আজিও কৰি আছে চাকৰি…

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অভিলেখ উচ্চতাত ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ, ৭২৯.৩ বিলিয়ন ডলাৰলৈ বৃদ্ধি ফৰেক্স ৰিজাৰ্ভ

ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰে নতুন অভিলেখ সৃষ্টি কৰিছে। আমেৰিকান...

সন্তানক লগত লৈ লোকপিয়লৰ দায়িত্ব পালন এগৰাকী মাতৃৰ

লোকপিয়লৰ দায়িত্বৰ সমান্তৰালকৈ পালন কৰিছে মাতৃ হোৱাৰ দায়িত্ব। নিজৰ...

তিব্বত বানৰ ভয়ংকৰ দৃশ্য চীনত প্ৰচাৰ কৰা হোৱা নাই

তিব্বতৰ আৰু নেপালৰ মাজৰ এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সীমান্ত বাণিজ্য...

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদত নিযুক্তি লাভ ড০ বৰ্ণালী ডেকাৰ

অসমৰ প্ৰশাসনিক ইতিহাসত এক উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰি...