অসম

দেৰগাঁৱত ঘটিছে এই আচৰিত ঘটনা

নিজে নিজেই জ্বলি উঠিছে ঘৰৰ সামগ্ৰীজ্বলিছে কাপোৰ-কানি, আচবাব, নথি-পত্ৰপ্ৰকৃততে এনে ঘটনাৰ কাৰণ কি?সুক্ষ্ম অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত কাৰণ! https://www.youtube.com/watch?v=LSX0RMODUNg

অভয়াৰণ্যত ৰাতি যোৱাটোৱে ফেশ্বন : মুখ্যমন্ত্ৰী

মোৰ ওপৰত গোচৰ দিলে কি হ'ব? ছিংগাপুৰত নাইট চাফাৰী নহয় নেকি? কোনখন আইনৰ অধীনত কাজিৰঙালৈ মুখ্যমন্ত্ৰী যাব নোৱাৰে? অসমৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত সোমাব নোৱাৰিলে কি...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা

১ লাখ লোকে চাকৰি পাবই আৰু ২ লাখ লোকে পাব কৰ্মসংস্থাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে ৫ হাজাৰ কোটি টকা...

অসমৰ ৩ লাখ লোকে পাব চাকৰি!

অসমৰ ৩ লাখ লোকে পাব চাকৰি! আৰু ২ লাখ লোকে পাব কৰ্মসংস্থাপন। ৫ হাজাৰ কোটি টকা ব্যয় কৰিব চৰকাৰে। https://www.youtube.com/watch?v=Tw5MWG-UoeM

আল্লাৰ প্ৰতি সকলোৱে শ্ৰদ্ধাশীল হ’ব লাগে : DGP ভাস্কৰজ্যোতি মহন্ত

কেইজনমানে অলপ মাছ-মাংস গোটাব, এখেতে ইমামত বৰ ভাল কৰে দেই! মানুহজনৰ কোনো চিনাকী নাই। কৰবাৰ পৰা ধৰি আনি কব যে, বেংগল, বান্দ্ৰাৰ পৰা আহিছো।...

Popular