আল্লাৰ প্ৰতি সকলোৱে শ্ৰদ্ধাশীল হ’ব লাগে : DGP ভাস্কৰজ্যোতি মহন্ত

কেইজনমানে অলপ মাছ-মাংস গোটাব, এখেতে ইমামত বৰ ভাল কৰে দেই! মানুহজনৰ কোনো চিনাকী নাই। কৰবাৰ পৰা ধৰি আনি কব যে, বেংগল, বান্দ্ৰাৰ পৰা আহিছো। তাৰ দুদিনমান পিছতে গম পায় যা মানুহজন সন্দেহজনক। ওচৰৰ মানুহে পিছত অসম পুলিচক খবৰ দিয়ে। আল্লাৰ প্ৰতি সকলোৱে শ্ৰদ্ধাশীল কৰি বিজ্ঞানসন্মত শিক্ষাৰে আগবঢ়াই লৈ যাব লাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি...

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...