অসম

নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক। প্ৰশ্ন...

মন্ত্ৰী-বিধায়কৰো খবৰ নাই, নিৰ্বাচনৰ আগতহে অহা-যোৱা

দেশ স্বাধীন হোৱাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো, উন্নয়ণৰ গংগা বোৱা বুলি একাধিকবাৰ ঢাক-ঢোল পিতাৰ পিছতো, ৰাজ্যৰ বহু প্ৰান্তত এতিয়াও মানুহ এনেকৈয়ে চলিছে। পথ-পথাৰ...

পেৰিছত বিশিষ্ট উদ্যোগপতি, সমাজকৰ্মী পৱন আগৰৱালাক ‘ভাৰত গৌৰৱ’ সন্মান

অভিনেতা অনু কাপুৰ, পদ্মভূষণ কমলেশ পেটেলসহ ৩২জনলৈ এই বঁটা বিশিষ্ট উদ্যোগপতি-ব্যৱসায়ী-সমাজকৰ্মী পৱন আগৰৱালাই লাভ কৰিছে ‘ভাৰত গৌৰৱ’ সন্মান।ফ্ৰান্সৰ ৰাজধানী পেৰিছত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান...

শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা

অৱশেষত শিশু সাহিত্য অকাডেমি বঁটাৰে বিভূষিত হ’ল ৰঞ্জু হাজৰিকা২০৪খন শিশু গ্ৰন্থ লিখাৰ পিছতহে হাজৰিকাই পালে এই সন্মন‘বিপন্ন বিস্ময়ৰ খেল’ নামৰ শিশু উপন্যাসৰ বাবে এই...

কেতিয়া বিধায়ক পদ খাৰিজ হ’ব ৫ কংগ্ৰেছ বিধায়কৰ?

প্ৰসংগ: বিধায়ক পদ খাৰিজকেতিয়া বিধায়ক পদ খাৰিজ হ'ব পাঁচ কংগ্ৰেছ বিধায়কৰ?অধ্যক্ষৰ লেহেমীয়া স্থিতিক লৈ ক্ষুন্ন কংগ্ৰেছ কংগ্ৰেছৰ যুদ্ধংদেহী স্থিতি পাঁচ বিশ্বাসঘাতক বিধায়কৰ বিৰূদ্ধে।কংগ্ৰেছত থাকি বিজেপিক...

Popular