অসম

দিন হাজিৰা কৰি ৰাতি সমৰ কলাৰ সাধনা; সংগ্ৰামৰ মাজতে ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতাত সোণৰ পদকেৰে অসমলৈ গৌৰৱ কঢ়িয়ালে ওৰাঙৰ আমিৰ উদ্দিনে

দৰিদ্ৰতাক নেওচি কঠোৰ পৰিশ্ৰম আৰু অদম্য মনোবলেৰে সমৰ কলাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে ওদালগুৰি জিলাৰ ওৰাঙৰ চুবুৰা-চুবুৰিৰ যুৱ খেলুৱৈ আমিৰ উদ্দিনে। শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত...

ৰাজ্যৰ অবৈধ ব্যক্তিগত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ শিক্ষাবিভাগ; ২৫ জিলাৰ শতাধিক বিদ্যালয়ৰ পঞ্জীয়ন বাতিলৰ নিৰ্দেশ

ৰাজ্যৰ নিয়ম-বৰ্হিভূতভাৱে পৰিচালিত ব্যক্তিগত শিক্ষানুষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে অসম শিক্ষাবিভাগে। প্ৰয়োজনীয় নিয়মাৱলী আৰু চৰ্ত সম্পূৰ্ণ নকৰা বিদ্যালয়সমূহৰ বিৰুদ্ধে পঞ্জীয়ন বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ...

বগীবিলৰ পৰা আন্তঃৰাষ্ট্ৰীয় জলপথ বাণিজ্যৰ শুভাৰম্ভ; আজি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিব ডিব্ৰুগড়ৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰা

অসমত আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বগীবিল টাৰ্মিনেলৰ পৰা প্ৰথম আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ যাত্ৰাৰ শুভাৰম্ভ কৰিব কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কাৰ্যসূচীত...

গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা; পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগৰ অভিযোগত ধৃত অভিষেক কুমাৰ সিং

গুৱাহাটীত পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ STF-এ। ধৃত লোকজন ৩১ বছৰীয়া অভিষেক কুমাৰ সিং বুলি জানিব...

কংগ্ৰেছৰে মিত্ৰতাক লৈ অজাপত অসন্তুষ্টি; সভাপতি লুৰীণজ্যোতি গগৈ লৈ তিনিপৃষ্ঠাৰ বিস্ফোৰক পত্ৰ অজাপৰ সম্পাদক জিয়াউৰ ৰহমানৰ

কংগ্ৰেছৰ সৈতে মিত্ৰতাক কেন্দ্ৰ কৰি অসম জাতীয় পৰিষদৰ ভিতৰ চোৱাত অসন্তুষ্টি বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈছে। দলৰ সম্পাদক জিয়াউৰ ৰহমানে সভাপতি লুৰীণজ্যোতি গগৈ লৈ...

Popular