অসম

গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত এইবাৰ ভোগালী নাই!

গোলাঘাটৰ বছা-ভৰলুৱা গাঁৱত এইবাৰ ভোগালী নাই!মেজি নজ্বলেঢেকীৰো গুমগুমনি নাই, কেৱল মৰিশালীৰ নিস্তব্ধতা! আছে একোখন কাতৰ মুখ। আছে এখন খালী চকী। আছে, হঠাত নাইকিয়া হৈ যোৱা...

পদূলি পালেহি ভোগৰ ভোগালী

জাৰত কঁপা পুহ এই যাওঁ যাওঁপদূলি পালেহি ভোগৰ ভোগালীকেইটামান ঘন্টা পাৰ কৰি বছৰে ভৰি থ’ব মাঘতমেজিৰ জুইত জাহ যাব অপ্ৰীতি–অসূয়াসেয়ে ভোগালীক আদৰাৰ এয়া বিপুল...

অসমত জে পি নাড্ডাই বজালে বিজেপিৰ নিৰ্বাচনী ৰণ শিঙা

কঁকালত টঙালি বান্ধিছে ৰাজ্যিক বিজেপিয়েবিগত দুদিনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাৰ্যনিৰ্বাহক তথা ক’ৰ কমিটীত নিৰ্বাচন জয়ৰ মন্ত্ৰণা দিয়াৰ পিছত বৃহস্পতিবাৰে আমিন গাঁৱত...

অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে

অসমৰ শৈক্ষিক উত্তৰণৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে আমেৰিকাবাসী এজন অসমীয়া যুৱকে। অসমৰ শিক্ষাৰ্থীৰ বাবে এক বিশেষ ৱেব-ছাইট মুকলি কৰিছে ভাস্কৰ চৌধুৰীয়ে। আমেৰিকাৰ...

১৪-২১ জানুৱাৰীলৈ অসমতো ৰূপায়ণ কৰা হ’ব স্বচ্ছ তীৰ্থ অভিযান

সকলো মন্দিৰ আৰু ধৰ্মীয় স্থানৰ পৰিচ্ছন্নতাৰ বাবে হাতত লোৱা হ'ব বৃহৎ স্বচ্ছতা অভিযান সমগ্ৰ দেশৰ লগতে অসমতো অহা ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে সপ্তাহটো স্বচ্ছ...

Popular