অসম

অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনাই KMSSত আঘাত

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ দিনা পুৱতি নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত আটক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ একাধিক...

পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী

পৰম্পৰাৰ আগত মানৱ ধৰ্মৰ বিজয়ৰ কাহিনী। ছিপাঝাৰৰ এটা ভেলাঘৰ বিশেষভাৱে চৰ্চ্চালৈ আহিছে। বছৰ বছৰ ধৰি ভেলাঘৰটি নিৰ্মাণ কৰি আহিছে গঞাই। নিৰণ নামৰ চুবাটিত এই...

বকোত বড়ো সাহিত্য সভাৰ অধিৱেশন

বকোত অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ অধিৱেশন। ৬৩ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল’লে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে। অধিৱেশনক লৈ বৰ্ণিল পৰিৱেশৰ সৃষ্টি হৈছে...

মাধ্যম বিতৰ্কক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ আছু

মাধ্যম বিতৰ্কক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ আছু২৪ জানুৱাৰীত সমগ্ৰ ৰাজ্যত কেবিনেট সিন্ধান্তৰ প্ৰতিলিপি দাহ২৭ জানুৱাৰীত সমগ্ৰ ৰাজ্যজুৰি চাইকেল ৰেলী১ ফেব্ৰুৱাৰীত জিলাই জিলাই বিক্ষোভ...

আজি অসমলৈ অমিত শ্বাহ, তেজপুৰ আৰু গুৱাহাটীত শ্বাহৰ ৯টা কাৰ্যসূচী

৩ দিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ আহিছে অমিত শ্বাহ। বৃহস্পতিবাৰে মেঘালয়ৰ শ্বিলঙত উপস্থিত হৈছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীজন। শ্বিলংস্থিত অসম ৰাইফলছৰ মুখ্য কাৰ্যালয়ত শ্বাহে আনুষ্ঠানিকভাৱে মুকলি কৰে চাইবাৰ...

Popular