অসম ৰাইফলছত ওলাইছে চাকৰি

অসম ৰাইফলছত খালী হৈছে ১৫২টা পদ। খালী পদসমূহৰ ভিতৰত আছে Rifleman General Duty-Male & Female (94), Havildar Clerk- Male & Female (4), Warrant Officer Radio Mechanic-Male (4), Havildar Operator Radio & Line-Male (37), Rifleman Armourer-Male (2), Rifleman Laboratory Assistant-Male (1), Rifleman Nursing Assistant-Male (5), Rifleman Washerman-Male (4), Rifleman AYA-Female (1)৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, বয়স, শ্রেণী, জাতিগত প্রমাণ–পত্রকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ অসম ৰাইফলছৰ ৱেবছাইট www.assamrifles.gov.in লগ–ইন কৰিব পাৰে৷

যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি প্রস্তুত কৰা আবেদন To, The Director General Assam Rifles (Recruitment Branch), Laitkor, Shillong, Meghalaya-793010 ঠিকনালৈ প্রেৰণ কৰিব লাগিব। ই–মেইল rectbrdgar@gmail.com যোগেও আবেদন কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ ১২ মার্চ, ২০২২।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক : আছু

অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন...

বৰ্ণিৰ চিন্তুক নৃশংসভাবে হত্যা কৰিলে কোনে?

হাজোৰ বৰ্ণিত কান্দোনৰ ৰোল। বৰ্ণিৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...

ম্লান পৰিব নেকি ফাকুৱাৰ আনন্দ? অহা ৪ দিনলৈ ৰাজ্যত হ’ব ধুমুহা-বৰষুণ!

ফাকুৱাৰ আনন্দ ম্লান পেলাব নেকি বতৰে? আঞ্চলিক বতৰ বিজ্ঞান...

নতুন ছিজনৰ প্ৰথম ঘৰুৱা মেচ অসমত খেলাক লৈ ৰোমাঞ্চিত ৰাজস্থান ৰয়েলছৰ অধিনায়ক

‘এইবাৰ আই পি এলত আমাৰ ঘৰুৱা মেচৰ আৰম্ভনি স্বাভাৱিকতে...