ৰঞ্জি ট্ৰফী : ৰে’লৱেৰ বিৰুদ্ধে অসম দল ঘোষণা, ৰিয়ান পৰাগ আছেনে?

২৩ জানুৱাৰীৰ পৰা গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত হ’বলগীয়া ৰে’লৱেৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ ষষ্ঠখন খেলৰ বাবে অসম ক্ৰিকেট সন্থাই অসমৰ খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীৰ নাম প্ৰকাশ কৰিছে।

খেলুৱৈসকল : ডেনিছ দাস (অধিনায়ক), মুখতাৰ হুছেইন ( উপ অধিনায়ক ), মৃণ্ময় দত্ত, ৰাহুল সিং, দীপজ্যোতি শইকীয়া, স্বৰূপম পুৰকায়স্থ, পাৰভেজ মুচাৰফ, সুমিত ঘাদিগাওঁকাৰ ( উইকেটকীপাৰ ), ঋষভ দাস, অনুৰাগ তালুকদাৰ(উইকেটকীপাৰ), ৰোহিত সিং, শিৱশংকৰ ৰায়, আকাশ সেনগুপ্ত, প্ৰদ্যুম্ন শইকীয়া আৰু কুনাল শৰ্মা ।

সহায়ক কৰ্মচাৰী : মুখ্য প্ৰশিক্ষক: বিবেক জয়চিমা ; প্ৰশিক্ষক ধীৰাজ গোস্বামী, ট্ৰেইনাৰ ৰাহুল পাণ্ডে, ফিজিঅ’: ভীষ্ম প্ৰতাপ সিং, ভিডিঅ’ বিশ্লেষক ৰাজেশ শৰ্মা; মালিচ কৰোতা : হৰি কৃষণ আৰু থ্ৰ’ডাউন : শুভংকৰ দে’। অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...