২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা অসম আৰক্ষী

  • আলফা(স্বাঃ)ত অসম আৰক্ষীৰ চোৰাংচোৱা
  • আলফা(স্বাঃ)ৰ কেম্পত বন্দী অসম আৰক্ষীৰ চোৰাংচোৱা
  • বাইহাটাৰ সঞ্জীৱ শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি
  • যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নিৰ্দেশত যোগদান কৰিছিল আলফা(স্বাঃ)ত
  • জ্যেষ্ঠ ভাতৃৰ হত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ কৈছিল আৰক্ষীয়ে
  • জ্যেষ্ঠ ভাতৃ অপূৰ্ব কুমাৰ শৰ্মাৰ মৃত্যু হৈছিল মণিপুৰ এম্বুশ্বত
  • যোৰহাটৰ সেনা বিষয়া ধুনুমণি শইকীয়াৰ সহযোগত যোগদান আলফা(স্বাঃ)ত
  • অভিযান সফল হ’লে সঞ্জীৱ শৰ্মাক ১ কোটি টকা দিয়াৰ প্ৰলোভন দিছিল পাৰ্থ সাৰথি মহন্তই
  • আলফা(স্বাঃ)ৰ কেম্পত ধৰা পৰিলে মিছা কথা ক’বলৈ দিয়া হৈছিল সঞ্জীৱক
  • ২০২৩ চনত আলফাৰ কেইবাটাও কেম্প উৰুৱাৰ পৰিকল্পনা কৰা হৈছিল
  • আলফাৰ ক’ত,কিমান শিবিৰ আছে সেই বিষয়ে তথ্য ল’বলৈ দিয়া হৈছিল সঞ্জীৱক
  • সঞ্জীৱ শৰ্মাক অসম আৰক্ষীয়ে দিছিল বিশেষ পাছৱৰ্ড
  • পাছৱৰ্ডটো আছিল ৭৮৯৬
  • এসপ্তাহ পূৰ্বে সেনাৰ সৈতে বৈঠকত বহিছিল সঞ্জীৱ শৰ্মা
  • এবছৰ পূৰ্বৰে পৰা ঘৰৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছিল সঞ্জীৱ শৰ্মাৰ
  • মাঘ বিহুৰ সময়ত ঘৰলৈ আহিছিল সঞ্জীৱ
  • দুদিনমান ঘৰত থাকি পুনৰ নিখোজ হৈছিল সঞ্জীৱ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...