কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ, আৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লু!

  • কালাপাহাৰ হত্যাকাণ্ডৰ তদন্ত ক্ষীপ্ৰ
  • আৰক্ষীৰ হাতত গুৰুত্বপূৰ্ণ ক্লু
  • আৰক্ষীক ধৃত জিণ্টু শৰ্মাৰ বিস্ফোৰক স্বীকাৰোক্তি
  • সোমবাৰে দিনৰ ১১ বজাত অক্ষয়ে ফোন কৰিছিল জিণ্টুক
  • অনু হাজৰিকাৰ কোঠাত অকলে সোমাব মানা কৰিছিল অক্ষয়ে
  • বাৰম্বাৰ সলনি হৈছে পৰিচাৰক জিণ্টুৰ ভাষ্য
  • এতিয়াও পলাতক হৈ আছে হিচাপ পৰীক্ষক অক্ষয়
  • ক’ভিড পৰিস্থিতিৰ বাবে বেংকলৈ যোৱা বন্ধ কৰিছিল অনু হাজৰিকাই
  • ঘৰতে ৰাখিছিল লাখ লাখ টকা
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...