চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID!

বৰাকত ছিণ্ডিকেটৰ বিৰুদ্ধে অপাৰেশ্যন অল আউট। চুপাৰি, সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ শিলচৰত CID। দীৰ্ঘদিন ধৰি বৰাকত চলি অহা সাৰৰ ছিণ্ডিকেটৰ তদন্ত কৰিবলৈ CIDৰ এটা বিশেষ দল সোমবাৰে উপস্থিত হৈছে শিলচৰত।

৪জনীয়া দলটোই বিভিন্ন স্থানত কৰিছে তদন্ত। ধলাই, নতুন বজাৰ, ভাগা, লাইলাপুৰত তথ্য সংগ্ৰহ কৰিছে। কৃষকৰ বাবে অনুমোদিত সাৰৰ এক বৃহৎ ছিণ্ডিকেট গঢ়ি উঠিছে বৰাকত। অসমৰ পৰা বাহিৰলৈ যায় এই ৰাজ সাহায্যৰ সাৰ। ছিণ্ডিকেট চক্ৰটোৰ সৈতে নাম সাঙোৰ খাইছে কেইবাজনো মাফিয়াৰ। বৰ্তমান পলাতক ভাগাৰ জাকিৰ, ৰৌফ আহমেদ আৰু ৰাকিব আহমেদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...