১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন

অৱশেষত ৰাজ্যবাসীক সকাহজনক খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত বলৱৎ হৈ থকা ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে আঁতৰাই দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন। নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা।

১ অক্টোবৰৰ পৰা ৰাজ্যত স্বাভাৱিক হ’ব জনজীৱন
ৰাজ্যত নাথাকিব কোনো বিশেষ ক’ভিড নিষেধাজ্ঞা
১ অক্টোবৰৰ পৰা নৱম, একাদশ, স্নাতক বৰ্ষৰ পাঠদান
অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পৰ্যটনথলী
২ কোটি ২৮ লাখ লোকক প্ৰদান ক’ভিড ভেকচিন
১ কোটি ৭৭ লাখ লোকক ক’ভিডৰ ১ম পালি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...