‍পুনৰ বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

‍পুনৰ বহিঃৰাজ্যত উদ্ধাৰ হৈছে অসমৰ যুৱকৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত লামডিঙৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন লামডিং নিউ কলনিৰ মিথুন হৰিজন। লামডিঙৰ পৰা দিল্লীলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল মিথুন। ২০ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকৰে যুৱকজনৰ হৈছিল যোগাযোগ। পৰিয়ালৰে যোগাযোগৰ পিছৰে পৰা বন্ধ আছিল মিথুনৰ ম’বাইল ফোন। অৱশেষত উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। এই ঘটনাক সহজভাৱে ল’ব পৰা নাই আত্মীয় তথা পৰিয়ালৰ লোকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...