তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখক গ্ৰেপ্তাৰ

তৃণমূল কংগ্ৰেছৰ নেতা শ্বাহজাহান শ্বেখক গ্ৰেপ্তাৰ। যৌন নিৰ্যাতন আৰু ভূমি দখলৰ অভিযোগত গ্ৰেপ্তাৰ।
১০ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্বাহজাহান শ্বেখক । আজি পুৱা মিনাখানৰ পৰা গ্ৰেপ্তাৰ TMCৰ নেতাজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...