‍পুনৰ বহিঃৰাজ্যত উদ্ধাৰ অসমৰ যুৱকৰ মৃতদেহ

0 1,040

‍পুনৰ বহিঃৰাজ্যত উদ্ধাৰ হৈছে অসমৰ যুৱকৰ মৃতদেহ। উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত লামডিঙৰ যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন লামডিং নিউ কলনিৰ মিথুন হৰিজন। লামডিঙৰ পৰা দিল্লীলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছিল মিথুন। ২০ ফেব্ৰুৱাৰীত পৰিয়ালৰ লোকৰে যুৱকজনৰ হৈছিল যোগাযোগ। পৰিয়ালৰে যোগাযোগৰ পিছৰে পৰা বন্ধ আছিল মিথুনৰ ম’বাইল ফোন। অৱশেষত উত্তৰ প্ৰদেশৰ জলেশ্বৰ ৰোডত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। এই ঘটনাক সহজভাৱে ল’ব পৰা নাই আত্মীয় তথা পৰিয়ালৰ লোকে।

Leave A Reply

Your email address will not be published.