ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ!

  • ৰাজস্থানত অসমৰ যুৱতীক দলৱদ্ধ ধৰ্ষণ
  • ৪ যুৱকৰ ২৫ বছৰীয়া যুৱতীক বলাৎকাৰ
  • ৰাজস্থানৰ চুৰু চহৰত নাৰকীয় ঘটনা
  • চাকৰিৰ সাক্ষাৎকাৰৰ বাবে মাতি নিছিল যুৱতীগৰাকীক
  • সুৰাপান কৰি ৪ যুৱকে সংঘটিত কৰিছিল ধৰ্ষণ-কাণ্ড
  • ধৰ্ষণৰ পিছত হাত-ভৰি বান্ধি পেলাই দিছিল চাদৰ পৰা
  • সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে যুৱতীগৰাকীৰ
  • এটা খুঁটাত ওলমি ৰোৱাৰ ফলত জীৱন ৰক্ষা পৰে যুৱতীগৰাকীৰ
  • ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী
  • সুনীল ওৰফে ৰাজু নামৰ যুৱকে মাতি নিছিল যুৱতীগৰাকীক
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...