‘টাটা পাঞ্চৰ’ কাজিৰঙা এডিচন মুকলি, আই পি এল ২০২২ত কৰা হ’ব নিলাম

অসমবাসীৰ বাবে এক গৌৰৱৰ কাৰণ অটোমোবাইল উদ্যোগৰ চিনাকি নাম টাটা মটৰ্ছে নতুন মডেল টাটা পাঞ্চ কাজিৰঙা সংস্কৰণৰ এখন ছবি আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু যাৰ আনুষ্ঠানিক আত্মপ্ৰকাশ আই পি এল ২০২২ৰ সময়ত কৰা হ’ব।

কোম্পানীটোৱে ঘোষণা কৰিছে যে নতুন টাটা পাঞ্চ কাজিৰঙা সংস্কৰণ আই পি এল ২০২২ ৰ সময়ত নিলাম কৰা হ’ব। নতুন টাটা পাঞ্চ কাজিৰঙা সংস্কৰণটো এক বিশেষ মডেল হ’ব, কিয়নো কোম্পানীটোৱে ইয়াৰ মাত্ৰ এটা গোট প্ৰস্তুত কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...

ইতিবাচক…বাছ লৈ ‘ৰৈ ৰৈ বিনালে’ চাবলৈ চাবলৈ আহিল চলচ্চিত্ৰপ্ৰেমী

জুবিন গাৰ্গৰ সপোনবোৰ যেন দিঠক হৈছে। তেওঁ কোৱাৰ দৰেই...