লখিমপুৰত ট্ৰেন্সফৰ্মাৰৰ ওপৰত জ্বলি উঠিল এজন যুৱক!

বিদ্যুৎ বিভাগৰ চূড়ান্ত গাফিলতি। ট্ৰেন্সফৰ্মাৰৰ ওপৰত জ্বলি উঠিল এজন যুৱক। কাম কৰি থকাৰ সময়তে জ্বলি উঠিল যুৱকজন। লখিমপুৰৰ নাওবৈচাৰ ৰাজআলিৰ কোঁৱৰপুৰত এই ঘটনা। ট্ৰান্সফৰ্মাৰ ওপৰতে জ্বলিল অনুপ ৰয় নামৰ যুৱকজন।

কাম চলি থাকোতেই হঠাৎ কাৰ্যালয়ৰ পৰা বিদ্যুৎ সংযোগ কৰাত অঘটন। গুৰুতৰ অৱস্থা AMCHত চিকিৎসাধীন যুৱকজন। ঘটনাস্থলীত আৱদ্ধ বিদ্যুৎ বিভাগৰ কৰ্মচাৰী। দলহাট আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ পৰিস্থিতি। আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কৰ্মচাৰীক। প্ৰশিক্ষণ নোলোৱা যুৱকক কামত খটোৱাইছিল বিভাগে। নাওবৈচাৰ বিদ্যুৎ সংমণ্ডলৰ অকৰ্মন্যতাক ধিক্কাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...