প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰি কি উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে?

নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মেঘালয়ৰ সৈতে সীমা চুক্তি স্বাক্ষৰৰ পূৰ্বে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ শেহতীয়া ৰাজনৈতিক প্ৰেক্ষাপট, আৰ্থ-সামাজিক দিশৰ ওপৰত আলোকপাত কৰে। তাৰোপৰি বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰু কল্যাণকামী আঁচনিৰ ওপৰতো আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

প্ৰধানমন্ত্ৰীক সাক্ষাতৰ পিছতে টুইটাৰযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুত দিনত প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ আৰু আশিসেৰে অসমতে আগুৱাই যোৱাৰ আশা প্ৰকাশ কৰে। সাক্ষাতৰ সময়ত অসমৰ বাঁহ-বেতেৰে নিৰ্মিত সামগ্ৰী উপহাৰ দিয়ে। হস্তনিৰ্মিত সামগ্ৰী আৰু অসমৰ স্বকীয়তা থকা সামগ্ৰী উপহাৰ দি পুনৰ এবাৰ অসমৰ সুকীয়া পৰিচয়ৰ কথা উল্লেখ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...