আজি পুনৰ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি পুনৰ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীলৈ যাব ৰাজ্যিক সভাপতি ভৱেশ কলিতা। নিশা দিল্লীত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী বাছনিক লৈ বৈঠকত হব আলোচনা। বৈঠকত প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা থাকিব উপস্থিত। উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু। শুকুৰবাৰে পুৱাই বৰাকলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...