ভয়াৱহ অগ্নিকাণ্ডত ৪৩ জনকৈ লোকৰ কৰুণ মৃত্যু

বাংলাদেশত নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত ৪৩ জনকৈ লোকৰ মৃত্যু হয়। অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত ৪০জনকৈ আবাসী। বাংলাদেশৰ ৰাজধানী ঢাকাত সংঘটিত এই অগ্নিকাণ্ডৰ ঘটনা। ৭ মহলীয়া এটা অট্টালিকাত অগ্নিকাণ্ডৰ ঘটনা।। নিমিষতে অট্টালিকাটো ছানি ধৰে জুয়ে। অট্টালিকাত বসবাস কৰা অধিকাংশ লোকৰে মৃত্যু। কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...