আজি পুনৰ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আজি পুনৰ দিল্লীলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ সৈতে দিল্লীলৈ যাব ৰাজ্যিক সভাপতি ভৱেশ কলিতা। নিশা দিল্লীত অনুষ্ঠিত হ’ব ৰাজ্যিক বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক। কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী বাছনিক লৈ বৈঠকত হব আলোচনা। বৈঠকত প্ৰদেশ বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা থাকিব উপস্থিত। উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু। শুকুৰবাৰে পুৱাই বৰাকলৈ ৰাওনা হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত...