বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে বাজেট | বাজেটৰ সবিশেষ

আজি বিধানসভাৰ মজিয়াত ২০২৩–২৪ বৰ্ষৰ বাজেট দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে। বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্পৰ বাবে ৩১,২১২ কোটি টকা কেন্দ্ৰৰ অনুমোদন। ৪৫১০ কোটি টকাৰে আন্তঃৰাজ্যিক সংবহন উন্নীতকৰণ প্ৰকল্পৰ কাম। ডিমাহাছাওত ৩৮৭৫ কোটি টকাৰে অসম দুৰ্যোগ সহনশীল পথ উন্নয়ন প্ৰকল্পত অনুমোদন। অন্তৰ্দেশীয় জল পৰিবহণ প্ৰকল্পৰ বাবে ৭৭০ কোটি টকা আবণ্টন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...