নদী বান্ধ বিৰোধী শ্লোগান লিখাৰ বাবে চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ

চিত্ৰ শিল্পী নীলিম মহন্তক গ্ৰেপ্তাৰ। অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে শিল্পী জনক। অৰুণাচল চৰকাৰে নদী বান্ধৰ সমৰ্থনত অংকন কৰাইছিল এখন ছবি।

নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবি খনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। অৰুণাচল সচিবালয়ৰ দেৱালত নীলিম মহন্তই লিখিছিল নদীবান্ধ বিৰোধী শ্ল’গান।সেই অপৰাধতে গ্ৰেপ্তাৰ শিল্পীজনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...